Tumar Kotha by Papon Full Song Lyrics with Easy Chords

 Tumar Kotha - Papon

Source - Google(Gaana)

Song - Tumar Kotha
Singer - Papon
Key - E
Chords Used - E, C#m, B, A, Am, F#m
Strumming Pattern - D DUDU

Assamese Lyrics

তোমাৰ কথা ভাবিলেই জানা
জোনাক উপচি পৰে
বুকুৰ সিপাৰে এহেজাৰ গোলাপে
ৰঙা ৰঙা কলি মেলে

ছায়া হৈ অহা এবাৰ কাষৰলে
দিঠকত নালাগে আহিবলে
সপোনত অহা এবাৰ কাষৰলে
তোমাৰ কথা ভাবিলেই জানা
জোনাক উপচি পৰে
বুকুৰ সিপাৰে এহেজাৰ গোলাপে
ৰঙা ৰঙা কলি মেলে

এটি বেলি ফুটে কানে কানে মোক কলে
তুমি মই একেটি পোৱাৰে
সেই বেলি ফুটে উৰে নিশা মোক আহি
জুকালে জুৰুলা কৰিলে.

ছায়া হৈ অহা এবাৰ কাষৰলে
দিঠকত নালাগে আহিবলে
সপোনত অহা এবাৰ কাষৰলে
তোমাৰ কথা ভাবিলেই জানা

জোনাক উপচি পৰে
বুকুৰ সিপাৰে এহেজাৰ গোলাপে
ৰঙা ৰঙা কলি মেলে

আজি কাঁচি জোনে গুপুতে আহি মোক চুলে
এন্ধাৰত টোপনি ভাঙিলে
তৰা ফুলা ৰাতি তোমাক বাছি বাছি কলে
তুমি মই কতো নাই নোহোৱাৰে.

ছায়া হৈ অহা এবাৰ কাষৰলে
দিঠকত নালাগে আহিবলে
সপোনত অহা এবাৰ কাষৰলে
তোমাৰ কথা ভাবিলেই জানা
জোনাক উপচি পৰে
বুকুৰ সিপাৰে এহেজাৰ গোলাপে
ৰঙা ৰঙা কলি মেলে


English Lyrics With Chords


Thanks for visiting my blog. If you find this post helpful please share it. Do Subscribe to the newsletter for getting future updates first. Sorry for any kind of error.




Post a Comment

1 Comments

  1. VERY NICE OF YOU. WISH U ALL THE BEST.

    ReplyDelete

Thanks for visiting my blog. If you like my work please share this post for keeping my works growing.