Source - Google(Gaana)
Song - Tumar Kotha Singer - Papon Key - E Chords Used - E, C#m, B, A, Am, F#m Strumming Pattern - D DUDU
Assamese Lyrics
তোমাৰ কথা ভাবিলেই জানা জোনাক উপচি পৰে বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কলি মেলে
ছায়া হৈ অহা এবাৰ কাষৰলে দিঠকত নালাগে আহিবলে সপোনত অহা এবাৰ কাষৰলে তোমাৰ কথা ভাবিলেই জানা জোনাক উপচি পৰে বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কলি মেলে
এটি বেলি ফুটে কানে কানে মোক কলে তুমি মই একেটি পোৱাৰে সেই বেলি ফুটে উৰে নিশা মোক আহি জুকালে জুৰুলা কৰিলে.
ছায়া হৈ অহা এবাৰ কাষৰলে দিঠকত নালাগে আহিবলে সপোনত অহা এবাৰ কাষৰলে তোমাৰ কথা ভাবিলেই জানা
জোনাক উপচি পৰে বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কলি মেলে
আজি কাঁচি জোনে গুপুতে আহি মোক চুলে এন্ধাৰত টোপনি ভাঙিলে তৰা ফুলা ৰাতি তোমাক বাছি বাছি কলে তুমি মই কতো নাই নোহোৱাৰে.
ছায়া হৈ অহা এবাৰ কাষৰলে দিঠকত নালাগে আহিবলে সপোনত অহা এবাৰ কাষৰলে তোমাৰ কথা ভাবিলেই জানা জোনাক উপচি পৰে বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কলি মেলে
English Lyrics With Chords
|
0 Comments
Thanks for visiting my blog. If you like my work please share this post for keeping my works growing.