Xenduriya by Probin Borah Full song Lyrics with Easy Chords

Xenduriya By Probin Borah With Lyrics in Both Assamese and English

Source - Google

Song - Xenduriya
Singer - Probin Borah
Key - A
Chords - A,E, Bm, D

Assamese Lyrics
সেন্দুৰীয়া ৰং ফুটা দুগালতে
অভিমানে কিয় আঁচোৰে
দুপৰীয়া ৰʼদ সিচে কপালতে
বাৰে বাৰে কিয় অনুৰাগে
নৈ হোৱা, ঢৌৱাব
ৰং হৈ তুমি, বোলাই যোৱা।

মেঘে বৰষিলে মোৰ ভাবনাতে,
মেঘে বৰষিলে মোৰ ভাবনাতে
জেঠ সোণাৰুৰে ফুল ফুলি উঠে
মেঘে বৰষিলে মোৰ ভাবনাতে
জেঠ সোণাৰুৰে ফুল ফুলি উঠে
হালধীয়া, মোৰ হোৱা
ৰʼদ হৈ তুমি, ৰʼদাই যোৱা।

চনকা জোনাকতে ৰৈ ৰৈ চোতালত
তোমালৈ বাটে চামে ম‌ই শৰতত
চনকা জোনাকতে ৰৈ ৰৈ চোতালত
তোমালৈ বাটে চামে ম‌ই শৰতত
ৰূপালী প্ৰহৰে লহৰ চুমিব
কপাহী আবেগে হাঁহিব-নাচিব
নৈ হোৱা, ঢৌৱাব
ৰং হৈ তুমি, বোলাই যোৱা।

English Lyrics With Chords
Click on the image to enlarge it.

Thanks for visiting my blog.


Post a Comment

0 Comments