Agnibinaar Taan by Zubeen Garg Full Lyrics with Easy Chords in Both Assamese and English

 Agnibinnar Taan By Zubeen Garg


Song- Agnibinaar Taan
Singer- Zubeen Garg
Album - Sila(2020)
Lyrics - Ambikagari Rai Chowdhary

Assamese Lyrics

সেই টো নহয় হাঁহি তামাছাৰ
ভাগৰ জুৰুৱা গান
কিযে জীৱন মৰণ একাকাৰ কৰা
অগ্নিবিনাৰ তান।

সেই টো নহয় হাঁহি তামাছাৰ
ভাগৰ জুৰুৱা গান
কিযে জীৱন মৰণ একাকাৰ কৰা
অগ্নিবিনাৰ তান।

কিযে শত অপমান লঞ্চনা হানি
উজলা অসীম পাম
কিযে ৰুদ্ধ আত্ম বেদনা নিজৰি
পুৰোৱা অলংকাৰ

সেই টো নহয় হাঁহি তামাছাৰ
ভাগৰ জুৰুৱা গান
কিযে জীৱন মৰণ একাকাৰ কৰা
অগ্নিবিনাৰ তান।

(Music)

কিযে সুধাৰ কাৰণে দেৱ দনৱৰ
সিন্ধু মহন গান
কিযে মৃত্ৰুঞ্জয় মদৰ কাৰণে
মহাসনাতন পাৰ
কিযে মাতৃ চৰণ পূজাৰ বেৰিত
হৃদই অৰ্থ দান
কিযে বাই ভনী সভে চকুৰ প্ৰচাৰতে
এক হৈ যোৱা প্ৰাণ
কিযে হিনতা, নিছতা, বিৰুতা, দিনতা
জোঁকাৰি পেলোৱা ভাৱ
কিযে এক পেৰখি এক ৰঙে সঙ্গে
এক কৰি দিয়া জান

কিযে মহা মানৱতা মূৰ্চিত হোৱা
পকিসুণ অপমান
কিযে উদ্গীৰিতৰ ভিনিত গৰ্বৰ
গুৰি কৰা অভিমান
কিযে সুপ্ত জীৱন চপোৱা জপুৱা
ব্রজ্ৰ নিনৰ প্ৰাণ
কিযে মানৱৰ অধিকাৰ হেতু কৰা
শৃংখল অভিযান
কিযে নৰনাৰায়ণ নাচিত হোৱা
ভয়াবহ ইতিহাস
কিযে জীৱনৰ হকে মৰিবৰ হেতু
প্ৰানভৰা অভিনাশ

কিযে মুক্ত জীৱন স্পন্দন কৰা
কঠোৰ বেঠাৰ ঘাম
কিযে মানৱতা অৱমান অনাকৰিক
মৰমিত কৰাৰ ক্ষান
কিযে শত আঘাতৰ ৰক্ত ধোৱা
শ্ৰৱণ ৰ মহা বান
কিযে মাতৃ আদেশ সন্তান প্ৰাণ
দিবলৈকে বলিদান
কিযে শত অপমান লঞ্চনা হানি
উজলা অসীম পাম
কিযে ৰুদ্ধ আত্ম বেদনা নিজৰি
পুৰোৱা অলংকাৰ
সেই টো নহয় হাঁহি তামাছাৰ
ভাগৰ জুৰুৱা গান
কিযে জীৱন মৰণ একাকাৰ কৰা
অগ্নিবিনাৰ তান।
সেই টো নহয় হাঁহি তামাছাৰ
ভাগৰ জুৰুৱা গান
কিযে জীৱন মৰণ একাকাৰ কৰা
অগ্নিবিনাৰ তান।

সেই টো নহয় হাঁহি তামাছাৰ
ভাগৰ জুৰুৱা গান
কিযে জীৱন মৰণ একাকাৰ কৰা
অগ্নিবিনাৰ তান।

কিযে শত অপমান লঞ্চনা হানি
উজলা অসীম পাম
কিযে ৰুদ্ধ আত্ম বেদনা নিজৰি
পুৰোৱা অলংকাৰ

সেই টো নহয় হাঁহি তামাছাৰ
ভাগৰ জুৰুৱা গান
কিযে জীৱন মৰণ একাকাৰ কৰা
অগ্নিবিনাৰ তান।

(Music)

কিযে সুধাৰ কাৰণে দেৱ দনৱৰ
সিন্ধু মহন গান
কিযে মৃত্ৰুঞ্জয় মদৰ কাৰণে
মহাসনাতন পাৰ
কিযে মাতৃ চৰণ পূজাৰ বেৰিত
হৃদই অৰ্থ দান
কিযে বাই ভনী সভে চকুৰ প্ৰচাৰতে
এক হৈ যোৱা প্ৰাণ
কিযে হিনতা, নিছতা, বিৰুতা, দিনতা
জোঁকাৰি পেলোৱা ভাৱ
কিযে এক পেৰখি এক ৰঙে সঙ্গে
এক কৰি দিয়া জান

কিযে মহা মানৱতা মূৰ্চিত হোৱা
পকিসুণ অপমান
কিযে উদ্গীৰিতৰ ভিনিত গৰ্বৰ
গুৰি কৰা অভিমান
কিযে সুপ্ত জীৱন চপোৱা জপুৱা
ব্রজ্ৰ নিনৰ প্ৰাণ
কিযে মানৱৰ অধিকাৰ হেতু কৰা
শৃংখল অভিযান
কিযে নৰনাৰায়ণ নাচিত হোৱা
ভয়াবহ ইতিহাস
কিযে জীৱনৰ হকে মৰিবৰ হেতু
প্ৰানভৰা অভিনাশ

কিযে মুক্ত জীৱন স্পন্দন কৰা
কঠোৰ বেঠাৰ ঘাম
কিযে মানৱতা অৱমান অনাকৰিক
মৰমিত কৰাৰ ক্ষান
কিযে শত আঘাতৰ ৰক্ত ধোৱা
শ্ৰৱণ ৰ মহা বান
কিযে মাতৃ আদেশ সন্তান প্ৰাণ
দিবলৈকে বলিদান

কিযে শত অপমান লঞ্চনা হানি
উজলা অসীম পাম
কিযে ৰুদ্ধ আত্ম বেদনা নিজৰি
পুৰোৱা অলংকাৰ
সেই টো নহয় হাঁহি তামাছাৰ
ভাগৰ জুৰুৱা গান
কিযে জীৱন মৰণ একাকাৰ কৰা
অগ্নিবিনাৰ তান।

English Lyrics With Chords

Click on the image to enlarge it.


Post a Comment

0 Comments