Uvoti Suwa Zubeen Garg Full Song Lyrics in Assamese and English with Easy Guitar Chords

Uvoti Suwa Full Lyrics with Easy Chords

Image - Youtube

Assamese Lyrics - 
উভতি চোৱা..ধূলিয়ৰি বাটে 
ধূলি হৈ হৈ উৰিব জীৱনী 
উজুটি খোৱা..উচুপনিবোৰে 
ছবি হৈ হৈ ক'বহি কাহিনী 

সময়ৰে সুঁতি সোঁততে সুহুৰি 
সুৰুঙাৰে সৰকি সুঁৱৰি 
উভতি চোৱা..ধূলিয়ৰি বাটে 
ধূলি হৈ হৈ উৰিব জীৱনী। 

অচিন আকাশৰ সিটো পাৰে 
পলকেও ঠিকনা সলালে 
মলিন ছবিৰে ৰংবোৰে 
কিনো ৰং ক'তেনো সানিলে 
আধা মৰা জোনে উচুপি কান্দে 
এন্ধাৰৰ এলাগী বাটতে 
সমুখৰ ৰ'দে তমসাকে চুলে 
ঘড়ীটোৰ দীঘে-বাণিয়ে 

উভতি চোৱা..ধূলিয়ৰি বাটে 
ধূলি হৈ হৈ উৰিব জীৱনী 
উজুটি খোৱা..উচুপনিবোৰে 
ছবি হৈ হৈ ক'বহি কাহিনী। 

বেলি উৰি উৰি ঢলি পৰে 
আবেলি গধূলি পৰতে 
উকি মাৰি মাৰি ৰে'ল চলে 
উলটি কাহানিও নহাকে 
ধোঁৱা ধোঁৱা হোৱা চকুলোৰে চিতা 
জ্বলি ৰয় আউসীৰ জোনতে 
হাতে হাতে ছহাত ছমুঠন হেঁপাহ 
খৰমান গানৰে ৰাগতে 

উভতি চোৱা..ধূলিয়ৰি বাটে 
ধূলি হৈ হৈ উৰিব জীৱনী 
উজুটি খোৱা..উচুপনিবোৰে 
ছবি হৈ হৈ ক'বহি কাহিনী।

English Lyrics with Chods -
Key - E
Chords Used -  E,C#m,F#m,A, Am, G#m

Click on the image to enlarge it.

An easy chords version of this song will be updated very soon.




Post a Comment

0 Comments