Fagun By Zubeen Garg Complete Lyrics(Both in Assamese and English) With Easy Guitar Chords

Fagun By Zubeen Garg


Song - Fagun
Singer - Zubeen Garg
Album- Fagun (2020)
Lyrics - Sasanka Samir

Key- E
Strumming Pattern - DdUuDu

Assamese Lyrics

সমীৰে দিবগৈ ফাগুনৰ দিনতে
মই নোহোৱাৰ বাতৰি
স্মৃতিয়ে কবগৈ পাহৰা ক্ষণতে
মই নথকাৰ কাহিনী
পাৰিবানে তুমি সিদিনা হাহিব
অতীতৰ ছবিবোৰ এলাগী কৰিব
মই নোহোৱাৰ বাতৰি শুনি,
মই নথকাৰ কাহিনী জানি

সমীৰে দিবগৈ ফাগুনৰ দিনতে
মই নোহোৱাৰ বাতৰি
স্মৃতিয়ে কবগৈ পাহৰা ক্ষণতে
মই নথকাৰ কাহিনী
সময় বাগৰি, আঘুণৰ কুঁৱলী
শৰীৰত শিপালে
আমাৰ পুৰণি
সাধুবোৰ সুঁৱৰি, পাবানে নিজকে
সপোন আদৰা তমখা
জোনাকৰ এঙাৰ পাবা
সমীৰে দিবগৈ
মই নোহোৱাৰ বাতৰি
নতুন আদৰি
কুঁহিপাত পাহৰি
ৰদাকাস চুবলে
আচিন আলহী
ধুমুহাত সাৱটি
প্ৰতিভাত পাবানে
যাযাবৰ সৰাপাতে তোমাক
কবহি মোৰাই কথা
সমীৰে দিবগৈ
ফাগুনৰ দিনতে
মই নোহোৱাৰ বাতৰি
স্মৃতিয়ে কবগৈ
পাহৰা ক্ষণতে
মই নথকাৰ কাহিনী
পাৰিবানে তুমি
সিদিনা হাহিব
অতীতৰ ছবিবোৰ
এলাগী কৰিব
মই নোহোৱাৰ বাতৰি শুনি
মই নথকাৰ কাহিনী জানি
সমীৰে দিবগৈ
ফাগুনৰ দিনতে
মই নোহোৱাৰ বাতৰি
স্মৃতিয়ে কবগৈ
পাহৰা ক্ষণতে
মই নথকাৰ কাহিনী


Click on The Image to Enlarge it.


Lyrics Source - Facebook
Images - Google
Thanks for Visiting. Please Share and Subscribe.

Post a Comment

1 Comments

  1. আঘুণৰ (আঘোণৰ) কুঁৱলী
    সপোন আদৰা তমখা (তমশা)
    ৰদাকাস (ৰদাকাশ) চুবলে
    কবহি মোৰাই (মোৰেই) কথা

    ReplyDelete

Thanks for visiting my blog. If you like my work please share this post for keeping my works growing.