Jayanta Hazorika Ei Akash Bor Bixal complete lyrics and simple Guitar Chords

জয়ন্ত হাজৰিকা এই আকাশ বৰ বিশাল গীটাৰৰ উপস্থাপন


শীৰ্ষক - এই আকাশ বৰ বিশাল 
এলবাম - নতুন আশা
গীতিকাৰ - জয়ন্ত হাজৰিকা
গীতৰ স্বৰ - E major 








এই আকাশ বৰ বিশাল
(E) (Asus2)
এই পথাৰ বৰ ৰসাল,
(C#m) (Asus2)
তেৱো কিয়
(E) (Asus2)
লাগে উকা
(B) (E)
মোৰ মন পথাৰতে
(E) (Asus2)
তই ৰ’বি হৈ জীপাল….
(C#m) (B) (E) 


আহ… উৰি আহ….
(E) (Asus2)
অ’ সজল মেঘ,
(B) (E)
চা… জুমি চা…
(E) (Asus2)
অ’ কোমল মেঘ
(B) (E)
মন আকাশ বৰ বিশাল
(E) (Asus2)
মোৰো হৃদয় বৰ ৰসাল….
(C#m) (Asus2) (E) 


জুৰি বয় নদীলৈ........
(E) (C#m) (Asus2) (E)
নদী যায় সাগৰলৈ,.....
(Asus2) (B) (Asus2) (E)
বনফুল চুবলৈ..........
(C#m) (Asus2) (B)
কোন যায় বতাহে হৈ…..
(Asus2) (B) (Asus2) (E)
তই নদী হৈ আহ কাষলৈ,
(E) (Asus2) (B) (E)
মন সাগৰৰ
(E) (Asus2)
পথ আহি বোল,
(B) (E)

মন সাগৰ বৰ বিশাল
(E) (Asus2)
মোৰো হৃদয় বৰ ৰসাল
(C#m) (Asus2) (E)
তেৱো কিয় লাগে উকা…
(E) (Asus2) (E)

Post a Comment

0 Comments