O Bidexi Bondhu Lyrics With Chords

Oo Bidexi Bondhu Lyrics With Chords


Song - অ’ বিদেশী বন্ধ
Singer - Dr Bhupen Hazarika
Album/Movie - Oroyno

Full Guitar Tabs of this song - Oo Bidexi Bondhu By Bhupen Hazarika Full Guitar Tabs

অ’ বিদেশী বন্ধু ! দুৰ্ভগীয়া !
C Am G
অ’ বিদেশী বন্ধু ! দুৰ্ভগীয়া !
C Am G

আজি কিয়নো বন্ধু ! অকলশৰীয়া !
C G F
প্ৰতিধ্বনি শুনো কান্দোনৰ ।
Am C
প্ৰেমৰ সাগৰে জাহাজ মেলিলি
Am C
নাপালি কোনো বন্দৰ;
C F
সৰু চাকনৈয়াতে বন্দী হ’লি\
G C
হেৰুৱালি তোৰ লঙ্গৰ ।
Am C
চিৰ সেউজতে চামেলি দেখিলি
Am C
অতি মনোমুগ্ধকৰ;
C F
লিৰিকি বিদাৰি সুগন্ধি লওঁতেই
G C
চামেলি হ’লগৈ পৰ ।
অ' বিদেশী বন্ধু...

Post a Comment

0 Comments